ৰাহুল গান্ধীৰ ন্যায় যাত্ৰালৈ যোৱা শ শ ই-ৰিক্সা,টেম্পো জব্দ কৰিলে প্ৰশাসনে। নথি-পত্ৰ বিহীন ভাৱে যাত্ৰী কঢ়িয়াই নিয়াৰ অজুহাতত জব্দ ই ৰিক্সা, টেম্পু